-
-
এই জাতৰ মধুৰি পুলিৰ বাবে উল্লিখিত নম্বৰত ফোন কৰক
বৰ্তমান সময়ত মধুৰীয়ো এক লাভজনক খেতিলৈ ৰূপান্তৰ হৈছে। কাৰণ এবাৰ ৰুলে পাঁচ-দহ বছৰলৈ মধুৰীৰ গছে ফল দিয়ে।
ছবিত দেখা এই জাতৰ মধুৰীবোৰ একেবাৰে কম দিনত আৰু চাপৰতে লাগে।
আমাৰ থলুৱা মধুৰীতকৈ এই জাতৰ মধুৰীসমূহ কম দিনত লাগে আৰু ব্যৱসায়িকভাৱে লাভান্বিত হোৱাৰ স্থল থাকে।
এই জাতসমূহৰ মধুৰী খেতি যদি কোনো কৃষকে কৰিব বিচাৰে তেতিয়া সঞ্জয় চাংকাকতিৰ লগত 7896035212 নম্বৰত যোগাযোগ কৰি এই ধৰণৰ মধুৰী খেতি কেনেদৰে কৰিব লাগে আৰু পুলি ক’ত পাব- এই বিষয়ে জানিব পাৰিব।
লগতে পঢ়ক-
English Summary: Madhuri Cultivation in Ass
Share your comments