1. উদ্য়ানশস্য়

এনেদৰে কৰক লাভজনক কোমোৰা খেতি-

KJ Staff
KJ Staff
কোমোৰা খেতি
কোমোৰা খেতি

জাতঃ

স্থানীয় উৎপাদনক্ষম সচঁ

মাটি নির্ব্বাচন

ওখ পানী আৱদ্ধ হব নোৱাৰা পলসুৱা মাটি নির্ব্বাচন কৰিব লাগে । 
বীজৰ পৰিমাণ: ৩ কি: গ্রাম/হেক্টৰত

সিঁচাৰ সময়

ফেব্রুৱাৰী-এপ্রিল

ব্যৱধান

২.০ মিটাৰ * ১ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ )

সাৰ প্রয়োগ

পচন সাৰ ২০-২৫ টন, ৩৫ কি:গ্রাম নাইট্রজেন (অনুমোদিত হাৰৰ আধা অংশ, ৮০ কি: গ্রাম ফছফৰাচ, ৮০ কি:গ্রাম পটাছ সাৰ শেষৰবাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰি লব আৰু বাকী থকা নাইট্রজেন সাৰ (৩৫ কি: গ্রাম) গছত ফুল আৰু ফল ধৰাৰ সময়ত প্রয়োগ কৰিব।

জলসিঞ্চন

প্রয়োজন সাপেক্ষে শুকান অৱস্থাত ৮-১০ ব্যৱধানত গছত পানীৰ যোগান ধৰিব লাগে।

শস্য চপোৱা:

পুৰঠ আৰু সময় সাপেক্ষে কোমোৰা বোৰ গছৰ পৰা চিঙাৰ ব্যৱস্থা কৰিব।

উৎপাদন

১৮৫ - ৩২৫ কুইন্টল/হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট (সংগৃহীত)

লগতে পঢ়ক-ব্যৱসায়িক ভিত্তিত কৰক তুলসী খেতি-

English Summary: How to do Ash Gourd Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.