1. Government Schemes

পত্নীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এই আচঁনিত বিনিয়োগ কৰক, মাহে লাভ কৰিব ৪৫,০০০ টকা

KJ Staff
KJ Staff
National Pension Scheme
National Pension Scheme

অৱসৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ । বহুলোকে অৱসৰৰ পিছত তেওঁলোকৰ জীৱন কেনেদৰে পাৰ হ'ব সেই বিষয়ে চিন্তা কৰে । অৱশ্যে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কেইবাটাও আঁচনি পৰিচালনা কৰা হৈছে, যিয়ে ৰিটাৰ্ণ গেৰাণ্টিৰ সৈতে ভাল ধন প্ৰদান কৰে । যদি আপুনি সেই বিষয়ে চিন্তিত, আজি আমি আপোনাৰ পত্নীৰ বৃদ্ধ বয়স সুৰক্ষিত কৰিব পৰা আঁচনি এখনৰ বিষয়ে আলোচনা কৰিম ।

এই আচঁনিৰ জৰিয়তে অৱসৰৰ পিছত পত্নীয়ে ভাল উপাৰ্জন কৰিব পাৰে । হয় আমি  ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ (National Pension Scheme) ৰ বিষয়ে ক’ব খুজিছো । আঁহক আচলতে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি নো কি সেই বিষয়ে আলোচনা কৰো-

ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত কিমান বিনিয়োগ কৰিব লাগে (How Much to invest in National Pension Scheme)

এই কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত নিম্নতম বিনিয়োগৰ পৰিমাণ হৈছে ১০০০ টকা ।  ইয়াত অধিকতম ৰাখিৰ নিৰ্ধাৰণ কৰা নাই । আপোনাক কওঁ যে যদি আপুনি প্ৰতি মাহে ৫,০০০ টকা বিনিয়োগ কৰে, আপুনি বাৰ্ষিক ১০ শতাংশ ৰিটাৰ্ণ পাব । ইয়াৰ সৈতে ৬০ বছৰ বয়সৰ পিছত পুঁজিৰ মূল্য প্ৰায় ১.২  কোটি টকা হ'ব । ইয়াৰ ভিতৰত, আপুনি সৰ্বমুঠ ম্যাদপুৰ্তিৰ ওপৰত ৪৫ লাখ টকা লাভ কৰিব প্ৰতি মাহে ৪৫,০০০- টকা।

ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত যোগ্যতা (Eligibility for National Pension Scheme)

যিকোনো ভাৰতীয় নাগৰিকে এই চৰকাৰী আঁচনিত বিনিয়োগ কৰিব পাৰে । আপুনি ১৮ ৰ পৰা ৬৫ বছৰ বয়সত আপোনাৰ একাউণ্ট খুলিব পাৰে । ইয়াত যুটীয়া একাউণ্ট খোলাৰ সুবিধা নাই ।

ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত একাউণ্টৰ প্ৰকাৰ (Types of account in National Pension Scheme)

ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি ( National Pension Scheme) ত দুF প্ৰকাৰৰ একাউণ্ট থাকে যাক টায়াৰ ১ আৰু টায়াৰ ২ বুলি কোৱা হয় । ৬০ বছৰ বয়সলৈকে পুঁজি টায়াৰ ১ ত উলিওৱা সম্ভৱ নহয় । আনহাতে, টায়াৰ ২ ত গ্ৰাহকে সঞ্চয় একাউণ্টৰ দৰে প্ৰয়োজন অনুসৰি টকা উলিয়াব পাৰে ।

লগতে পঢ়কঃ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পঃ কাৰিকৰী মেপিংৰ বাবে ড্ৰোন জৰীপ আৰম্ভ

English Summary: national pension scheme for secure wife after retirement

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.