1. কৃষি সঁজুলি

কৰিএণ্ডাৰ স্প্লিটাৰ

KJ Staff
KJ Staff
Coriander Splitter
Coriander Splitter

কৰিএণ্ডাৰ স্প্লিটাৰৰ গুটিবিলাক ভালকৈ ফুটি উঠিবৰ বাবে সিঁচাৰ আগত আৰু মূখশুদ্ধি হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰণালীকৰণ কৰিবলৈ দুটা ভাগত চেলাই লোৱা হয়। পৰম্পৰাগতভাবে গুটি বিলাক হাতেৰে চেলুৱা হয় আৰু এই কাৰ্য্যত গুটি নষ্ট হোৱাৰ বাবে হোৱা লোকচানৰ ওপৰিও বহু শ্ৰমৰ প্ৰয়োজন হয়।স্প্লিটাৰ সেয়েহে যান্ত্ৰিকভাবে কৰাৰ প্ৰয়োজন হয়। যন্ত্ৰৰ দ্বাৰা কৰিএণ্ডাৰ চেলাবলৈ চিফেট এ এটা যন্ত্ৰ সাজি উলিয়াইছে। 1 হৰ্ছ পাৱাৰৰ যন্ত্ৰটোৰ ক্ষমতা প্ৰতিঘন্টাত 60-80 কি. গ্ৰাম। যন্ত্ৰটো 6.5 চে.মি.ব্যাসাৰ্ধ আৰু 10 চে.মি. দীঘল দুটা ৰুলাৰৰ দ্বাৰা সজোৱা হৈছে। দুটা ৰুলাৰত দুই ধৰনৰ গতি দিয়া হয় যাতে কৰিএণ্ডাৰ বিলাক দুটা ভাগত বিভক্ত হৈ যায়। স্প্লীটাৰত গিয়াৰৰ দৰে মিটাৰিং সৰঞ্জামৰ যোগান ধৰা হৈছে। যন্ত্ৰটোৱে 14.2 %. শতাংশ জলীয় বাষ্প থকা কৰিএণ্ডাৰ চেলাবলৈ সক্ষম হৈছিল।

অধিক তথ্যৰ বাবে যোগা-যোগ কৰকঃ
চেন্ট্ৰেল ইনষ্টিটিউট অফ পষ্ট হাৰভেষ্ট ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি,
লুধিয়ানা, 141004 (পাঞ্জাব)
ফোন: 91-161-2308669 (অফিচ); 91-161-2305674 (সঞ্চালক)
ফেস্ক: 91-161-2308670
ই-মেইল: ciphet@sify.com

ৱেব পেজ: http://www.ciphet.in

উৎস: আইএনডিজি দল

English Summary: coriander splitter

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.