1. শিক্ষা

জলপানী আৰু পুৰস্কাৰ - ৰাষ্ট্ৰীয় প্ৰতিভা অন্বেষণ প্ৰকল্প অথবা নেশ্যনেল টেলেন্ট চাৰ্চ স্ক্ৰীম (দশম শ্ৰেণীৰ নিয়মীত ছাত্ৰ-ছাত্ৰীৰ কাৰণে)

KJ Staff
KJ Staff
Scholarship
Scholarship

দি নেশ্যনেল কাউন্সিল ফৰ এড্যুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং য়ে নেশ্যনেল টেলেন্ট চাৰ্চ স্ক্ৰীমৰ অধীনত প্ৰতিবছৰে 150 টা অনুসূচীত জাতি আৰু 75 টা অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ 1000 টা স্কলাৰশ্বীপ আগবঢ়ায়৷ এই আচঁনিৰ মূল লক্ষ্য হ’ল দশম শ্ৰেণীৰ মেধাবী ছাত্ৰ-ছাত্ৰসকলক চিনাক্ত কৰি তেওঁলোকক উত্তম শিক্ষালাভৰ উদ্দেশ্যে আথিৰ্ক সহায় আগবঢ়োৱা যাতে পৰবৰ্তী পয্যায়ত তেওঁলোকৰ মেধা শক্তি বৃদ্ধি হয় আৰু সুপৰিকল্পিত ভাৱে দেশৰ সেৱা আগবঢ়াব পাৰে৷

যোগ্যতা:

কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয়, সৈনিক স্কুল আদি সকলো স্বীকৃতপ্ৰাপ্ত বিদ্যালয়ৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিদ্যালয় অৱস্থিত ৰাজ্যখনত ৰাজ্যিক পয্যায়ৰ এই পৰীক্ষাত অবত্তীৰ্ণ হ’ব পাৰে৷ অৱশ্যে, ইয়াত কোনো স্থায়ী বাসিন্দা হ’ব লাগিব বুলি কোনো নিষেধাজ্ঞা নাই৷

কিদৰে আবেদন কৰিব লাগে:

দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ কাৰণে নিজ নিজ ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰশাসিত অঞ্চলৰ চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনৰ ওপৰত লক্ষ্য ৰাখিব লাগিব অথবা নিদিৰ্ষ্ট বাতৰি কাগজ অথবা বিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত ঘোষণা পত্ৰৰ বিজ্ঞাপনৰ ওপৰত লক্ষ্য ৰাখিব লাগিব৷

পৰীক্ষা:

ৰাজ্য পয্যায়ত দুটা স্তৰৰ পৰীক্ষাত থাকিব: প্ৰথম স্তৰত মানসিক ক্ষমতাৰ পৰীক্ষা(এমএটি), দ্বিতীয় স্তৰত পাণ্ডিত্যৰ পৰীক্ষা(এচএটি) ৷ দ্বিতীয় পয্যায়ৰ পৰীক্ষাৰ কাৰণে যোগ্য প্ৰাথী এনচিইআৰটি য়ে বাচনি কৰিব৷

সম্পূৰ্ণ বিবৰণৰ বাবে: দি নেশ্যনেল কাউন্সিল ফৰ এড্যুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং য়ে নেশ্যনেল টেলেন্ট চাৰ্চ স্ক্ৰীমৰ অধীনত প্ৰতিবছৰে 150 টা অনুসূচীত জাতি আৰু 75 টা অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ 1000 টা স্কলাৰশ্বীপ আগবঢ়ায়৷ এই আচঁনিৰ মূল লক্ষ্য হ’ল দশম শ্ৰেণীৰ মেধাবী ছাত্ৰ-ছাত্ৰসকলক চিনাক্ত কৰি তেওঁলোকক উত্তম শিক্ষালাভৰ উদ্দেশ্যে আথিৰ্ক সহায় আগবঢ়োৱা যাতে পৰবৰ্তী পয্যায়ত তেওঁলোকৰ মেধা শক্তি বৃদ্ধি হয় আৰু সুপৰিকল্পিত ভাৱে দেশৰ সেৱা আগবঢ়াব পাৰে৷ যোগ্যতা (Eligibility) কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয়, সৈনিক স্কুল আদি সকলো স্বীকৃতপ্ৰাপ্ত বিদ্যালয়ৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিদ্যালয় অৱস্থিত ৰাজ্যখনত ৰাজ্যিক পয্যায়ৰ এই পৰীক্ষাত অবত্তীৰ্ণ হ’ব পাৰে৷ অৱশ্যে, ইয়াত কোনো স্থায়ী বাসিন্দা হ’ব লাগিব বুলি কোনো নিষেধাজ্ঞা নাই৷ কিদৰে আবেদন কৰিব লাগে (How to Apply): দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ কাৰণে নিজ নিজ ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰশাসিত অঞ্চলৰ চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনৰ ওপৰত লক্ষ্য ৰাখিব লাগিব অথবা নিদিৰ্ষ্ট বাতৰি কাগজ অথবা বিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত ঘোষণা পত্ৰৰ বিজ্ঞাপনৰ ওপৰত লক্ষ্য ৰাখিব লাগিব৷ পৰীক্ষা (Examination): ৰাজ্য পয্যায়ত দুটা স্তৰৰ পৰীক্ষাত থাকিব: প্ৰথম স্তৰত মানসিক ক্ষমতাৰ পৰীক্ষা(এমএটি), দ্বিতীয় স্তৰত পাণ্ডিত্যৰ পৰীক্ষা(এচএটি) ৷ দ্বিতীয় পয্যায়ৰ পৰীক্ষাৰ কাৰণে যোগ্য প্ৰাথী এনচিইআৰটি য়ে বাচনি কৰিব৷ সম্পূৰ্ণ বিবৰণৰ বাবে: www.ncert.nic.in/html/talent.htm

উৎস: আইএনডিজি দল

English Summary: Scholarship and Awards

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.