1. এগ্ৰিপেডিয়া

এইবাৰ লীজত যাব অসম চাহ নিগমৰ অধীনস্থ ১২ খনকৈ বাগিচা

RAHUL ALI
RAHUL ALI

ইটোৰ পাছত সিটো ৰাজ্য তথা কেন্দ্ৰৰ চৰকাৰ দুখনে ৰাজহুৱা সম্প্ৰতি ব্যক্তিখণ্ডক গতোৱাৰ বিৰোধিতা কৰি আহিছে ৰাজ্যৰ সচেতনমহলে। কিন্তু বিৰোধিতাক ভৰিৰে মোহাৰি ৰাজহুৱা সম্প্ৰতি ব্যক্তিগত কৰাৰ প্ৰতিযোগিতাত নামিছে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ দুখনে। আৰু ইয়াকে কেন্দ্ৰ কৰি সম্প্ৰতি ভিতৰি ভিতৰি উত্তেজনা চলি থকাৰ সময়তে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে অন্য এক এক হঠকাৰী সিদ্ধান্ত।

এই বাৰ অসম চাহ নিগমৰ অধীনস্থ ১২ খনকৈ বাগিচা লীজত দিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰখনে। আৰু ইয়াৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদ।

আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ দোহাই দি নিগমৰ অধীনস্থ ১৫ খন বাগিচাৰ ভিতৰত ১২ খনেই লীজত দিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তৰ বিষয়ে প্ৰচাৰ হোৱাৰ লগে লগেই আৰম্ভ হৈছিল প্ৰতিক্ৰিয়াৰ।শুকুৰবাৰে পুৱাৰে পৰা এই নিৰ্দিষ্ট ১২ খন বাগিচাৰ শ্ৰমিকসকলে ইয়াৰ বিৰোধিতাৰ গ্ৰহণ কৰিছে বিক্ষোভৰ কাৰ্যসূচী।

বাগিচাকেইখনৰ শ্ৰমিকসকলে বাগিচাসমূহ লীজত দিয়াৰ পৰিৱৰ্তে পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব দিবলৈ দাবী জনাইছে। ইফালে বাগিচা কেইখনৰ কৰ্মচাৰীক নিগমে দিবলৈ আছে ৫০০ কোটিৰো অধিক ধন।

লগতে পঢ়ক- Paddy Cultivation: শালি ধানৰ খেতিত সাৰ প্ৰয়োগ সম্পৰ্কে জানো আহক!

English Summary: There will be nothing in the public sector of the state.

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.