1. এগ্ৰিপেডিয়া

ধানৰ পতান হোৱাৰ সম্ভাৱনা

KJ Staff
KJ Staff
ধানৰ পতান
ধানৰ পতান

বিজ্ঞান ভিত্তিক ধান খেতি কৰা হয় যদিও কেতিয়াবা পতান হোৱা পৰিলক্ষিত হয়।

বিভিন্ন কাৰণবোৰৰ ভিতৰত তলত উল্লেখ কৰা কাৰণসমূহ সন্নিৱিষ্ট কৰিব পৰা যায়:

1) প্ৰতিকুল বতৰৰ পৰিস্থিতিৰ বাবে বিশেষ কৈ ধানৰ ফুল ধৰাৰ সময়ত খৰাং বা অতিপাত বৃষ্টিপাতৰ কাৰণেও পতান হব পাৰে।

2) ধানৰ জাতৰ ওপৰত নিৰ্ভৰ কৰি পতান হব পাৰে৷

3) সুষম পোষক মৌলৰ যোগান ধৰিব নোৱাৰাৰ বাবে অথবা পোষক মৌলৰ অভাৱৰ বাবে পতান হব পাৰে৷

ফুল ফুলাৰ সময়ত পানীৰ অভাৱৰ ফলতো ধানৰ পতান হব পাৰে৷

4) পোক পৰুৱাৰ বিশেষ কৈ মজা খোৱা পোকে আক্ৰমণ কৰিলে পতান হয়।

5) ৰোগৰ কাৰণে বিশেষ কৈ ধানৰ ব্লাষ্ট ৰোগৰ বাবে পতান হোৱা পৰিলক্ষিত হয় । ফুল ধৰাৰ সময়ত আৰু তাৰ পিছতো ব্লাষ্ট ৰোগৰ নেক ব্লাষ্ট আক্ৰান্ত ধান খেতিত পতান হয়।

উপৰোক্ত কাৰণসমূহ নিয়ন্ত্ৰণ কৰিব লৈ সুসঙ্গত শষ্য সুৰক্ষা ব্যৱস্থাপনা ( IPM -Integrated Pest Management)ৰ নিয়ন্ত্ৰণ পদ্ধতি অৱলম্বন কৰি ধানৰ পতান হোৱাৰ পৰা ৰক্ষা কৰি আশানুৰূপ উৎপাদন লাভ কৰিব পৰা যায়।

নিৰ্ম্মল চন্দ্ৰ ঘোষ

মহকুমা কৃষি বিষয়া, ধুবুৰী

লগতে পঢ়ক-লাভজনক উৎপাদন কৰিব পৰা শালি ধানৰ জাত; জানিবলৈ পঢ়ক

English Summary: Possibility of rice being Potan

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.