1. এগ্ৰিপেডিয়া

পশুপালন বা মীনপালন কৰিবলৈ কেনেকৈ লাভ কৰিব ঋণ

KJ Staff
KJ Staff
ছাগলীৰ ফাৰ্ম
ছাগলীৰ ফাৰ্ম

পশুপালন আৰু মীন পালন কৰিব বিচৰা লোকসকলক পৰ্যাপ্ত ঋণ প্ৰদান কৰা হয়। কৃষক, হাঁহ-কুকুৰা পালক, মাছমৰীয়া, মীনপালক আনকি ব্যক্তিগত বা গোট বা কোনো বন্ধকী কৃষকে পশুপালন, মীনপালন কৰিব বিচৰাসকলক ঋণ প্ৰদান কৰা হয়।

ঋণৰ পৰিমাণ

যিসকল কৃষকে নিজৰ কৃষিভূমিৰ বাবে ইতিমধ্যেই KCC ঋণ লোৱা আছে, তেওঁলোকে তেওঁলোকৰ ঋণৰ পৰিমান বঢ়াই ল’ব পাৰে কিন্তু তেতিয়াও তেওঁলোকে 3 লাখ পৰ্যন্তহে সূদৰ হাৰ ৰেহাই পাব। যদিও বা 1.6 লাখ পৰ্যন্তু KCC লোনৰ কোনো বন্ধকী দিব নালাগো, কিন্তু যিসকল দুগ্ধপালকে মাজত কোনো মধ্যভোগী নোহোৱাকৈ কোনো দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানক দুগ্ধ যোগান ধৰে তেওঁলোকে 3 লাখ পৰ্যন্ত সূদৰ হাৰ ৰেহাই পাব।

KCC ঋণত সূদৰ ৰেহাই

KCC ঋণ লোৱা কৃষকসকলে পশুপালনৰ ক্ষেত্ৰত সূদৰ ওপৰত যিটো ৰেহাই পায় আৰু সময়মতে ঋণ পৰিশোধ কৰাৰ বাবে যিটো বোনাছ পায় সেইটো ঋণৰ পৰিমাণ ৩ লাখলৈকে সীমাবদ্ধ। পশুপালকসকলে লোণৰ টকা মোকোলাই দিয়াৰ দিনাই সূদৰ ওপৰত বছেৰেকীয়া হাৰত 2% ৰেহাই পাব আৰু সময়মতে ঘূৰাই দিয়াৰ বাবে সূদৰ ওপৰত  বছেৰেকীয়া হাৰত  আৰু অতিৰিক্ত 3% বোনাছ পাব।

কাৰ লগত যোগাযোগ কৰিব

এই ঋণ লাভৰ বাবে ওচৰৰ বেংকৰ শাখাসমূহৰ লগত যোগাযোগ কৰক।

লগতে পঢ়ক- বায়'ফ্লক পদ্ধতিৰে মাছ পালন কৰক ৬ ফুট গোলাকাৰৰ এটা টেংকিতে

English Summary: How to get loans to raise animals or fisheries

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.