1. অন্যান্য

আম আৰু চুজিৰে বনোৱা কেক

KJ Staff
KJ Staff

উপকৰণ-

* চুজি 

* আম 

* চেনী 

* ময়দা 

* গাখীৰ 

* বেকিং পাউডাৰ 

* ৰিফাইন তেল 

* বাটাৰ 

* বাদাম,শুকান আঙুৰ আৰু চেৰী

প্ৰণালী -

প্ৰথমতে পকা আম এটা বা দুটা মিস্কিত পিচি লব তাৰ পিছত এটা বাচনত চুজি,পকা আম, চেনী, মৈদা, মৈদা আৰু গাখীৰ দি ভাল দৰে ফেটি লব আৰু তাৰ পিছত ফেটি লোৱা চুজি অলপমান আম খিনিত দি মিলাই লব। ইয়াৰ পিছত এটা বাচনত সামন্য পৰিমাণে ৰিফাইন তেল সানি এখন বগা কাগজ বাচনটোত দি আম মিহলি নকৰা চুজি আৰু আম মিলোৱা চুজি খিনি পৃথকে পৃথকে দুটা বা তিনিটা প্ৰলেপ দি দিব। এতিয়া কুকাৰত ভৰাই কিছু সময় কম জুইত থৈ দিব । যেতিয়া কেকটো ফুলি আহিব তেতিয়া কেকটো ওপৰত বাদাম, শুকান আঙুৰ আৰু চেৰী দিব দিব পাৰে আৰু লগতে বাটাৰ অলপো কেকটো চাৰিওফালে সানি দিব। তেতিয়া কেকটো খাই ভাল লাগে। ইয়াৰ পিছত আকৌ অলপ সময় কম জুইত থৈ দিব আৰু তাৰ পিছত এডাল সৰু কাঠিৰে কেকটো খুচি চাব। যদি কাঠি পাতত কেক লাগি নাহে তেন্তে কেকটো নমাই থৈ দিব।

 ভাৰতী পাতৰ বৰগোঁহাই

English Summary: Mango juice cake recipe

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.