1. News

MFOI-2023 মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয়মন্ত্ৰী নীতিন গাডকাৰী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Nitin Gadkari to be the Chief Guest for 'MFOI Awards 2023'
Nitin Gadkari to be the Chief Guest for 'MFOI Awards 2023'

Millionaire Farmer of India Awards 2023 : দেশৰ কৃষকসকলক এক পৰিচয় প্ৰদান কৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে Millionaire Farmer of India Awards 2023। ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীৰ আইএআৰআই, মেলা মৈডানত আয়োজন কৰা হৈছে এই কৃষক এৱাৰ্ড শ্ব’।

এৱাৰ্ড শ্ব’ত মুখ্য অতিথি আৰু অনুষ্ঠানটো উদ্বোধন কৰিব কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। লগতে কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰা ‘এম এফ অ’ আই কিষাণ ভাৰত যাত্ৰা ২০২৩-২৪’ৰ ফ্লেগ অফ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক- 

MT MFOI-2923 ৰ সহপৃষ্ঠপোষকৰূপত Dhanuka Agritech Limited

আপোনালোকে সকলোৱে জানে যে Millionaire Farmer of India Awards 2023  অনুষ্ঠানত দেশৰ কৃষকসকলক সন্মান কৃষি জাগৰণ মিডিয়া গ্ৰুপে। লগতে এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্নপ্ৰান্তৰ কৃষি উদ্যোগী, কৃষি ব্যৱসায়ীসকলক মিলনৰ এক মঞ্চ প্ৰদান কৰিব।

উল্লেখ যে কেৱল কৃষি বুলিয়েই নহয় কৃষিখণ্ডৰে জড়িত বিভিন্ন গোট, সংগঠন, প্ৰগতিশীল মীন পালক, পশুপালক, হাঁহ-কুকুৰা পালককো Millionaire Farmer of India Awards 2023  অনুষ্ঠানত সন্মান জনাব কৃষি জাগৰণ মিডিয়া গ্ৰুপে।

লগতে পঢ়ক- 

MTMFOI- 2023ৰ বিশেষ পৃষ্ঠপোষকতাৰ দায়িত্ব লৈছে কেমিকেল মেনুফেকচাৰিং কোম্পানীয়ে

English Summary: Nitin Gadkari to be the Chief Guest for 'MFOI Awards 2023'

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.