1. News

বটদ্ৰৱাৰ কৃষিপথাৰত বিদ্যুৎস্পৃষ্ট হৈ কৃষকৰ মৃত্যু

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন কৃষকৰ
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন কৃষকৰ

শনিবাৰে বটদ্ৰৱাৰ কৃষিপথাৰত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন কৃষকৰ।  কৃষি পথাৰত বিদ্যুৎ চালিত পাম্পেৰে পানী দি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কৃষকজনৰ।

মৃত্যু হোৱা কৃষকজন বটদ্ৰৱা শলগুৰি সত্ৰৰ নাৰায়ণ কলিতা। পথাৰত বিদ্যুৎ চালিত পাম্পেৰে পানী দিয়াৰ সময়তে কৃষি পথাৰতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কৃষকজনৰ।

ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে বটদ্ৰৱা আৰক্ষী। আৰক্ষীয়ে মৃত কৃষকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।

কৃষকগৰাকীৰ এই কৰুণ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক- ৰাজ্যৰ বান আৰু খৰাং পৰিস্থি সন্দৰ্ভত কৃষিমন্ত্ৰীৰ বৈঠক

English Summary: Farmers dead

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.