1. News

আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক জন্ম দিৱস; গুগলে কলাত্মক ডুডলৰ জৰিয়তে জনালে শ্ৰদ্ধাঞ্জলি

Pranita Chutia
Pranita Chutia
Bharatratna Bhupen Hazarika on GOOGLE
Bharatratna Bhupen Hazarika on GOOGLE

আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক জন্ম দিৱস। এই উপলক্ষে তেওঁ সংগীত জগতলৈ আগবঢ়োৱা অৱদানক সন্মান জনাই গুগলে প্ৰস্তুত কৰে এটা ডুডল।

এই বিশেষ ডুডলৰ সৈতে বৃহস্পতিবাৰে গুগলে উদযাপন কৰে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মদিন। গুগলে নিজৰ টুইটাৰ একাউন্টত ভূপেন হাজৰিকাৰ জন্ম দিনৰ এটা পোষ্ট শ্বেয়াৰ কৰে য’ত এই ডুডলটো সংলগ্ন কৰা হৈছে।

উক্ত পোষ্টটোত গুগলে সকলোকে উদ্দেশ্যি লিখে, ‘আপুনি জানেনে ভূপেন হাজৰিকা এজন অসমীয়া–ভাৰতীয় শিশু প্ৰডিজি আছিল যিয়ে মাত্ৰ ১২ বছৰ বয়সতে চলচ্চিত্ৰৰ বাবে গান গাবলৈ আৰু সংগীত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল।

" গুগলে লগতে কয় যে,‘শুভ জন্মদিন ভূপেন হাজৰিকা! আপোনাৰ গান আৰু চলচ্চিত্ৰই অসমৰ সমৃদ্ধ সংস্কৃতিৰ প্ৰতি সন্মান বৰ্তমানেও অব্যাহত ৰাখিছে।’

লগতে পঢ়কঃগৌৰৱময় ২৬ টা বছৰ সম্পূৰ্ণ কৰিলে কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণে

English Summary: Bharatratna Bhupen Hazarika on GOOGLE

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.