1. Government Schemes

বতৰ আধাৰিত শস্য বীমা যোজনা

KJ Staff
KJ Staff

বতৰ আধাৰিত শস্য বীমা যোজনা

(অসম চৰকাৰৰ দ্বাৰা অনুমোদিত)খাৰিফ ২০১৪

বৰষুণ আৰু খৰাঙৰ ফলত ঘটিব পৰা লোকচানৰ পৰা শস্যৰ সুৰক্ষা।

অনুমোদিত শস্য     : শালি ধান, মৰাপাট, মাটিমাহ, মগুমাহ, আদা, হালধি, ভেণ্ডি।

অধিসূচিত জিলা     : বৰপেটা, লখিমপুৰ, ডিমা হাচাও, (উত্তৰ কাছাৰ পাহাৰ)

যোগ্যতা          : উপৰোক্ত জিলা কেইখনৰ সকলো কৃষক যি অনুমোদিত শস্য কেইবিধৰ খেতি কৰে, তেওঁলোকে এই আঁচনিৰ সুবিধা ল’ব পাৰিব।

প্ৰিমিয়ামৰ তালিকা

জিলা

শস্য

মুঠ প্ৰিমিয়ামৰ হাৰ (শতাংশ)

বীমাকৃত ধনৰাশি (টকাত) প্ৰতি হেক্টৰ

মুঠ প্ৰিমিয়াম (টকাত) প্ৰতি হেক্টৰ

ৰাজ্য চৰকাৰৰ অংশ প্ৰিমিয়াম (টকাত)

কৃষকৰ অংশ প্ৰিমিয়াম (টকাত)

বৰপেটা

শালিধান

১০

৬০৮২৫

৬০৮২.৫

১৫২০.৬

৩০৪১.৩

 

মৰাপাট

১২

৫৬৮৮৪

৬৮২৬.১

১৭০৬.৫

৩৪১৩

 

মাটিমাহ, মগুমাহ

১০

২৩৩৯৩

২৩৩৯.৩

৫৮৪.৮

১১৬৯.৭

 

আদা

১২

১১২২৮৩

১৩৪৭৪.০

৩৩৬৮.৫

৬৭৩৭

 

হালধি

১২

১৬৬২৪৭

১৯৯৪৯.৬

৪৯৮৭.৪

৯৯৭৪.৮

 

ভেণ্ডি

১২

৭৬০৯৫

৯১৩১.৪

২২৮২.৯

৪৫৬৫.৭

লক্ষীমপুৰ

শালিধান

১০

৬০৮২৫

৬০৮২.৫

১৫২০.৬

৩০৪১.৩

 

মৰাপাট

১২

৫৬৮৮৪

৬৮২৬.১

১৭০৬.৫

৩৪১৩

 

মাটিমাহ, মগুমাহ

১০

২৩৩৯৩

২৩৩৯.৩

৫৮৪.৮

১১৬৯.৭

 

আদা

১২

১১২২৮৩

১৩৪৭৪.০

৩৩৬৮.৫

৬৭৩৭

 

হালধি

১২

১৬৬২৪৭

১৯৯৪৯.৬

৪৯৮৭.৪

৯৯৭৪.৮

ডিমা হাচাও (উত্তৰ কাছাৰ পাহাৰ)

শালিধান

১০

৬০৮২৫

৬০৮২.৫

১৫২০.৬

৩০৪১.৩

 

হালধি

১২

১৬৬২৪৭

১৯৯৪৯.৬

৪৯৮৭.৪

৯৯৭৪.৮

অঋণী কৃষকে বীমা কৰাৰ বাবে শেহতীয়া খাজানাৰ হিচাপৰ প্ৰতিলিপি, পৰিচয় পত্ৰ আৰু বেংক একাউন্টৰ পাছবুকৰ প্ৰতিলিপি জমা কৰা অনিবাৰ্য্য।

দাবীৰ নিয়ম: অসম চৰকাৰৰ দ্বাৰা অনুমোদিত স্বয়ংচালিত বতৰবিজ্ঞান কেন্দ্ৰৰ পৰিসংখ্যাৰ ভিত্তিত দাবীৰ হিচাপ কৰা কৰা হয়। দাবীৰ ধন কৃষকৰ বেংক একাউন্টত পৰিশোধ কৰা হ’ব।

উৎস: অসম চৰকাৰ

English Summary: Weather based Crop Insurance Scheme

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.