1. সফল কাহিনী

The Rise From Vine to Victory : শিপাৰ পৰা সফলতালৈ : প্ৰযুক্তি ব্যৱহাৰে আঙুৰ চপোৱাৰ সফল কাহিনী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
The Rise From Vine to Victory: How One Enterprising Family Employed Advanced Technology to Ensure Successful Harvests,
The Rise From Vine to Victory: How One Enterprising Family Employed Advanced Technology to Ensure Successful Harvests,

সফলতা লাভ কৰিলে বা নিজৰ লক্ষ্যত উপনীত হ’লে বিশ্বৰ মানুহে মদৰ গিলাচ এটা তুলি লয়। বিজয়ী জনক ৱাইনৰ গিলাচটো তুলি দিবলৈ সক্ষম হোৱা আঙুৰ কৃষক হৰ্ষদ ৰাকিবে তেওঁৰ কৃষি কৰ্মত মহিন্দ্ৰাৰ কৃষি সঁজুলি ব্যৱহাৰ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। হৰ্ষদ ৰাকিবে কয় যে তেওঁৰ আঙুৰ খেতিত সফলতা মুখ দেখাৰ মূলতে Mahindra & Mahindra LTDএ নিৰ্মাণ কৰা কৃষি সঁজুলি। লগতে তেওঁ কয় দৈনদ্দিন কৃষি কাৰ্যত মহিন্দ্ৰা কোম্পানীৰ কৃষি সঁজুলি আপৰিহাৰ্য। মহাৰাষ্টৰ ৰাকিব মহিন্দ্ৰা টেক্টৰছৰ ৪০ লাখ গ্ৰাহকৰ এজন। আপুনি ধৰি ল’ব পাৰে  হৰ্ষদ ৰাকিবে ৪০ লাখ কৃষকক প্ৰতিনিধিত্ব কৰিছে।

ৰাকিবেই নিজৰ মহিন্দ্ৰা ট্ৰেক্টৰখনেৰে কৃষি কৰ্ম কৰি সুখী। টেক্টৰখনৰ সুশৃংখলিত আৰু প্ৰযুক্তিৰ সহজতাক লৈ তেওঁ সুখী। মহিন্দ্ৰা ট্ৰেক্টৰ আৰু তেওঁৰ মাজৰ সম্পৰ্ক অৱশ্যেই আজিৰ নহয়।  তেওঁৰ পৰিয়ালটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মহিন্দ্ৰা ট্ৰেক্টৰ ব্ৰেণ্ডৰ আনুগত্যশীল হৈ আহিছে। এই পাৰস্পৰিক সম্পৰ্ক তেওঁৰ আত্মবিশ্বাসী কথাত স্পষ্ট হৈ পৰে। তেওঁ কয়- “মোৰ পৰিয়ালৰ উন্নতিত মহিন্দ্ৰা ট্ৰেক্টৰছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া ৪০ বছৰ ধৰি মোৰ পৰিয়ালে মহিন্দ্ৰা ট্ৰেক্টৰৰ সৈতে হাতে কামে কাম কৰি আছে, আৰু আমি একেলগে এক আগবঢ়াৰ সফলতাৰ কাহিনী আছে।”

আঙুৰৰ খেতিৰ বাবে নিৰ্বাচিত বৃহৎ একৰ মাটি হৰ্ষিদ ৰাকিবে তেওঁৰ মহিন্দ্ৰা টেক্টৰখনে চহ কৰি কৃষি কৰ্মৰ বাবে উপযোগী কৰি তোলাৰ বাবে তেওঁ কৃতজ্ঞতা স্বীকাৰ কৰে। কৃষি খণ্ডৰ দক্ষতা বৃদ্ধি আৰু উৎপাদনশীলতা বৃদ্ধিৰ দিশত কৃষক আৰু মহিন্দ্ৰা ট্ৰেক্টৰৰ মাজত যি নিবিড় সম্পৰ্ক তাক তেওঁ প্ৰশংসা কৰে। "মহিন্দ্ৰা ট্ৰেক্টৰে কৃষকৰ সামগ্ৰিক প্ৰয়োজনীয়তাৰ ওপৰত গৱেষণা কৰিছিল, সেয়া আঙুৰৰ বাগিচাৰ প্ৰয়োজনীয়তাই হওক (তেওঁৰ ক্ষেত্ৰত) বা সাধাৰণতে কৃষি খণ্ডই হওক, আৰু মহিন্দ্ৰা ট্ৰেক্টৰৰ নতুন বৈশিষ্ট্যপূৰ্ণ লাইন প্ৰৱৰ্তন কৰিছিল।"

উৎপাদনশীলতা বৃদ্ধি, বুদ্ধিমত্তা প্ৰতিফলিত, আৰু স্বয়ংক্ৰিয়কৰণ কৰিবলৈ ডিজাইন কৰা মহিন্দ্ৰা টেক্টৰে হৰ্ষিদ ৰাকিবৰ দৰে দৰে লাখ লাখ কৃষকক তেওঁলোকৰ ফোনত উপলব্ধ কৃষক কেন্দ্ৰিক আৰু দক্ষতা-অনুকূলিত ডিজিটেল তথ্যৰ পৰা লাভৱান হৈছে। এই সন্দৰ্ভত তেওঁ কয়- “মই মোৰ ট্ৰেক্টৰৰ কাৰ্যক্ষমতাৰ পৰিসংখ্যা দৈনিক পাইছো, পথ আৰু পথাৰ দুয়োটাতে। মোবাইল এপৰ জৰিয়তে মোৰ হাতত উপলব্ধ প্ৰযুক্তি-চালিত ট্ৰেক্টৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাৰ বিস্তৃত শৃংখলে মোক আঙুৰৰ বাগিচাত সামগ্ৰিক দক্ষতা বৃদ্ধি আৰু লাভ বৃদ্ধি কৰাত সহায় কৰিছে।"

“আঙুৰৰ বাগিচা এখন পৰিচালনাৰ ক্ষেত্ৰত হাল বোৱা আৰু বীজ সিঁচাৰ পৰা আৰম্ভ কৰি স্প্ৰে’ কৰা আৰু চপোৱালৈকে বহু সংখ্যক ট্ৰেক্টৰ সক্ষম প্ৰক্ৰিয়া জড়িত হৈ থাকে। মোৰ মহিন্দ্ৰা ট্ৰেক্টৰে গৌৰৱ কৰা সকলো প্ৰযুক্তিৰ উপৰিও এই বাহনখন যে মোৰ আটাইতকৈ ইন্ধন-দক্ষ বাহনখনো, সেইটোৱে মোক ধন, সময় আৰু কষ্ট ৰাহি কৰিবলৈ কৰাইছে”  ৰাকিবেই কয়, তেওঁ আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ সফলতাত মহিন্দ্ৰা টেক্টৰ ভূমিকাৰ কথা বাৰে বাৰে স্বীকাৰ কৰে।

কৃষকৰ প্ৰতি সন্মান জনাই আগন্তুক প্ৰজন্মৰ বাবে কৃষি-প্ৰয়োজনীয়তাৰ প্ৰতি দায়বদ্ধ হোৱাৰ প্ৰতিশ্ৰুতি দিছে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে।

লগতে পঢ়ক- 

Mahindra Tractors : ৪০ লাখ সুখী গ্ৰাহক'ৰ সফলতাৰ হাঁহি উদযাপন মহিন্দ্ৰাৰ

English Summary: The Rise From Vine to Victory: How One Enterprising Family Employed Advanced Technology to Ensure Successful Harvests,

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.