1. উদ্য়ানশস্য়

Pointed gourd : ৬০ দিনতে লাগিব ফল, কম ৮০-৯০ হাজাৰ টকা উপাৰ্জন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pointed gourd farming benefit
Pointed gourd farming benefit

মাৰ্চ-এপ্ৰিলৰ ভিতৰত অসমৰ কৃষকসকলে কৰিব পৰা এবিধ শস্যৰ খেতি হল পটলৰ খেতি। কৃষকসকলে এবিঘা মাটিত মাটিত বিজ্ঞানসন্মতভাৱে ইয়াৰ খেতি কৰিলে কম সময়তে ভাল উপাৰ্জন কৰিব পাৰিব। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্নৰ প্ৰান্তৰ বজাৰত পটলৰ চাহিদা আছে। ইফালে অসমৰ জলবায়ু পটল খেতিৰ বাবে খুৱ ভাল। গতিকে পৰিকল্পিতভাৱে কাম কৰিলে নিশ্চিতভাৱে পাব। গতিকে এইবাৰ বালিঅহীয়া, সাৰুৱা আৰু পানী জমা নোহোৱা এবিঘা মাটিত মাৰ্চ-এপ্ৰিলৰ ভিতৰতে পটল খেতি কৰক। সাধাৰণতে আমাৰ কৃষকসকলে পটল খেতি নকৰে। কিন্তু আনে নকৰে বাবে আপুনিয়ো নকৰাকৈ নাথাকিব।

লগতে পঢ়ক- 

মাৰ্চ-এপ্ৰিলত এবিঘা মাটিত কৰি ১০ মাহত ৫ লাখ টকা উপাৰ্জন কৰিব পৰা খেতি

Farmer avoid this Work : কৃষকসকলে কৃষি পথাৰত কৰিব নলগা কেইটামান কাম

English Summary: Pointed gourd farming benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.