#বিহু_অসমীয়া_সংস্কৃতিৰ_প্ৰাণ। পৰিবৰ্তনৰ যুগত বিহু জানিলেওঁ বিহুত ব্যৱহাৰ হোৱা বাদ্য যন্ত্ৰ বা লোকসংস্কৃতি ব্যৱহাৰ হোৱা বস্তুবিলাকৰ নাম ক্ৰমান্বয়ে পাহৰি গৈছে। বিহু মঞ্চত কুইজ প্ৰতিযোগিতাত আচলতে বিহুৰ বিষয়ে বা লোকসংস্কৃতি ব্যৱহাৰ হোৱা বস্তুবিলাকৰ কথা আলোচনা কৰিলে হয়তো নতুন প্ৰজন্মই শিকিব পাৰিব।

সংগৃহী
Share your comments