1. এগ্ৰিপেডিয়া

Bhushan-f1 : এবাৰ ৰুলে এবছৰলৈ ঘনাই ঘনাই লাগি থাকিব জাতিলাও

PANKAJ KHANIKAR
PANKAJ KHANIKAR

জাতিলাও অসমৰ কৃষকৰ অতি চিনাকী। ব্যৱসায়িকভাৱে কৰাৰ লগতে জাতিলাও এজোপা প্ৰত্যেক অসমীয়া গ্ৰাম্য মানুহে নিজৰ ঘৰতে ৰোপন কৰে। কিন্তু আজি এই আলোচনাত ভুষণ নামৰ হাইব্ৰীড জাতিলাও জাতটোৰ বিষয়ে আলোচনা কৰিম।

Bhushan-f1
Bhushan-f1

ওপৰৰ ফটোত আপোনালোকে জাতিলাওবিধ দেখিছে। ইয়াক বটল জাতিলাও বুলি ক’ব পাৰি। কাৰণ ইয়াৰ আকাৰটো সৰু বটলৰ দৰে সৰু। ভুষণ জাতিলাও খেতি সকলো সময়তে কৰিব পাৰে। এজোপা গছত সাধাৰণ প্ৰজাতিৰ জাতিলাওতকৈ অধিক পৰিমাণে লাগে ভুষণ প্ৰজাতিৰ জাতিলাও।

ব্যৱসায়িক উদ্দেশ্যলৈ খেতি কৰিব বিচৰা কৃষকসকলে এই প্ৰজাতিৰ জাতিলাও খেতি কৰিলে অধিক লাভান্বিত হব। এই প্ৰজাতিৰ জাতিলাওবোৰ সৰু সৰু। গ্ৰাহকে কিনিবলৈ ভাল পায়। আৰু জৈৱিকভাৱে কৰিলে বহুদিনলৈ সতেজ হৈ থাকে।

লগতে পঢ়ক- 

কৃষকসকলে মাটি মাহ, মাকৈ, স্কোৱাচ, তিল খেতি কৰি লাভ উঠাওক

জাতিলাওৰ উন্নত জাত
জাতিলাওৰ উন্নত জাত

যিসকল কৃষককে এই প্ৰজাতিল জাতিলাও কৰিম বুলি ভাবিছে তেওঁলোকে অনলাইন অৰ্ডাৰ কৰিও বীজসমূহ সংগ্ৰহ কৰিব পাৰিব। যদি কৃষকজনে অনলাইন অৰ্ডাৰ কৰিব নাজানে ওচৰে জনা কাৰোবাকো ক’ব পাৰে। অনলাইন অৰ্ডাৰ কৰিবৰ কাৰণে এইকাৰণে কোৱা হৈছে যে আমাৰ বীজ ভাণ্ডাৰসমূহ এই উন্নত জাতৰ শস্যসমূহৰ বীজ পোৱা নাযায়।

লগতে পঢ়ক- 

বহি:ৰাজ্যত চৰকাৰী চাকৰি এৰিও চাকৰিয়ালে কৰিছে জুকিনিৰ খেতি

English Summary: Bhushan laki farming methods & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.