1. Government Schemes

উপান্ত খেতিয়কসকলে ধান কটাৰ বাবে পাৱাৰ ৰিপাৰ কেআৰ ১২০ যন্ত্ৰটো কেনেকৈ পাব পাৰি?

KJ Staff
KJ Staff

       মেক্ৰোমেনেজমেন্ট মোড অৱ এগ্ৰিকালচাৰ নামৰ এখন আঁচনিৰ জৰিয়তে কৃষকলৈ পাৱাৰ যোগানৰ সুবিধা ৰখা হৈছে। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে, পাৱাৰ ৰিপাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত আমাৰ কৃষকসকল বৰ আগ্ৰহী নহয়। অৱশ্যে ইয়াৰ কাৰণো নথকা নহয়। আমাৰ অধিকাংশ কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ। এইসকল কৃষকৰ কৃষিভূমিৰ পৰিমাণ কম আৰু যথেষ্ট খণ্ডিত বাবে ধান কটাৰ ক্ষেত্ৰত পাৱাৰ ৰিপাৰ এই শ্ৰেণীৰ কৃষকৰ বাবে লাভজনক হৈ নুঠে।

যিয়েই হওক, মেক্ৰোমেনেজমেন্ট আঁচনিৰ অধীনত কৃষকসকলে ৪০,০০০,০০ টকা ৰাজসাহাৰ্য্য লাভ কৰি পাৱাৰ ৰিপাৰ ক্ৰয় কৰাৰ সুবিধা আছে। ইয়াৰ বাবে সংশ্লিষ্ট জিলাৰ কাৰ্য্যবাহী কৃষি অভিযন্তাক লগ ধৰক।

                                                                                        উৎস: কৃষি বিভাগ, অসম

English Summary: Scheme for the Power reaper KR120 machine

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.