1. শিক্ষা

আই.চি.এ.আৰ.-ৰ বিভিন্ন পদত নিযুক্তি চলি আছে, এই লিংকত আবেদন কৰিবলৈ ক্লিক কৰক

KJ Staff
KJ Staff
ICAR Image credit: Google
ICAR Image credit: Google

   আপুনি কৃষি বিভাগত চৰকাৰী চাকৰি বিচাৰি আছে নেকি? তেতিয়া হ'লে আপোনাৰ বাবে এটা ভাল খৱৰ লৈ আহিছোঁ। নেচনেল ইনষ্টিটিউট অৱ ভেটেৰিনেৰী এপিডেমিঅ'লজী এণ্ড ডিজিজ ইনফৰ্মেটিক্সয়ে যাক NIVEDI বুলি জনা যায়, এই অঞ্চলৰ বিভিন্ন পদৰ বাবে নিয়োগ জাননী জাৰী কৰিছে।

   যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে NIVEDI ৰ অফিচিয়েল ৱেবছাইটলৈ গৈ অনলাইন আবেদন কৰিব পাৰে। এই পদসমূহৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ 18 জুন, 2021 নিৰ্ধাৰণ কৰা হৈছে। তাৰ পিছত কৰা সকলো অনলাইন আবেদন বাতিল কৰা হ'ব বা গ্রহণ কৰা নহ'ব। 

আৰু পঢ়ক- SBlৰ গ্রাহক সকলৰ বাবে সু-খৱৰ! ভাৰতীয় ষ্টেট বেংকে কোভিড-19 চিকিৎসাৰ বাবে কম সুতৰ হাৰত Mortgage বিহীন লোন প্রদান কৰি আছে। কেনেকৈ Apply কৰিব জানক

পদটোৰ সম্পূৰ্ণ বিৱৰণ (পদৰ নাম) -

মুঠ পদৰ সংখ্যা – 17 টা পদ

পদৰনাম -

গৱেষণা সহযোগী - 3 পদ 

জুনিয়ৰ ৰিচাৰ্চ ফেলো (JRF) - 1 পদ

পৰীক্ষাগাৰ সহায়ক - 1 পদ

প্ৰকল্প সহযোগী – 2 পদ

ক্ষেত্ৰ সহায়ক - 1 পদ

জ্যেষ্ঠ গৱেষণা ফেলো (এছ.আৰ.এফ.) – 2 পদ

যুৱ পেছাদাৰী - 7 পদ

শিক্ষাগত অৰ্হতা (Educational Qualifications) -

  পদঅনুসৰি আবেদনকাৰীৰ বাবে স্বীকৃত প্ৰতিষ্ঠানৰ পৰা স্নাতক (ইউজি ডিগ্ৰী) আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাটো বাধ্যতামূলক। অধিক শৈক্ষিক তথ্যৰ বাবে, ৱেবছাইটত লগ ইন কৰক আৰু অধিক বিৱৰণ লাভ কৰক।

কেনেদৰে আবেদন কৰিব (How to apply) -

 ওপৰোক্ত পদবোৰৰ বাবে যোগ্য প্ৰাৰ্থীসকলে ICAR: National Institute of Veterinary Epidemiology and Disease Informatics (NIVEDI) - https://nivedi.res.in/ ইয়াৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰিব পাৰে আৰু অনলাইন আবেদন কৰিব পাৰে।

আৰু পঢ়ক- Eggs of the Sun Mango: বাংলাদেশত কৰা হৈছে বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি 'সূর্যডিম' 
English Summary: recruitment for various positions in icar click on this link to apply

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.