1. শিক্ষা

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি (PNRD invited applications from the candidates for various posts)

KJ Staff
KJ Staff
PNRD invited applications from the candidates for various posts
PNRD invited applications from the candidates for various posts

    অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি দিয়াৰ বাবে ৩৭৭ টা চতুৰ্থ বৰ্গৰ পদৰ বাবে অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইনযোগে পদ সমূহৰ কাৰণে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব৷ 

বিস্তৃত তথ্যৰ বাবে তলত চাওঁক -

বিঃদ্ৰঃ প্ৰাৰ্থীসকলে আবেদন কৰাৰ আগতে বিস্তৃত তথ্যৰ বাবে অফিচিয়েল বিজ্ঞাপনটো ডাউনলদ কৰি পঢ়ি ল’ব পাৰে।

১) পদৰ নামঃ পিয়ন

পদৰ সংখ্যাঃ ২৭ টা

 

২) পদৰ নামঃ Grade-IV (PRI Level)

পদৰ সংখ্যাঃ ৩৫০ টা

 

দৰমহাঃ প্ৰতিমাহে ১২,০০০/- টকাৰ পৰা ৫২,০০০/- টকালৈকে লগতে ৩,৯০০/- টকাৰ গ্ৰেড পে লাভ কৰিব।

জাতি তথা কেটেগৰী ভিত্তিক সবিশেষ তথ্যৰ বাবে আগ্ৰহী প্ৰাৰ্থীয়ে www.rural.assam.gov.in ভিজিট কৰিব পাৰে৷

শিক্ষাগত অৰ্হতাঃ আবেদনকাৰী প্ৰাৰ্থী সকল অতিকমেও মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব৷

বয়সঃ নূন্যতম ১৮ বছৰ বয়সৰ পৰা ৪০ বছৰ বয়সৰ হ’ব লাগিব৷ ST,SC প্ৰাৰ্থীৰ বাবে ৫ বছৰ ৰেহাই আৰু OBC/MOBC প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই ব্যৱস্থা থাকিব৷

 

অনান্য যোগ্যতাঃ

প্ৰাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। প্ৰাৰ্থীগৰাকীৰ এখন বৈধ Employment Exchange Registration Certificate থাকিব লাগিব৷

 

কিদৰে নিৰ্বাচন কৰা হ’ব?

সফলতাৰে অনলাইন আবেদন কৰা আৰু এডমিট কাৰ্ড পোৱাৰ পাছত প্ৰাৰ্থীসকলে ১০০ নাম্বাৰৰ OMR ৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ লিখিত পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত মেৰিট লিষ্ট তথা চুড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব৷

 

কিদৰে আবেদন কৰিব লাগিব?

আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ২৭ জানুৱাৰী ২০২১ তাৰিখৰ পৰা ১০ ফেব্ৰুৱাৰী ২০২১ তাৰিখৰ ভিতৰত www.rural.assam.gov.in ভিজিট কৰি অনলাইন আবেদন কৰিব লাগিব৷

 

ডকুমেণ্ট আপলোড কৰিব লাগিব -

১) পাচপোৰ্ট চাইজৰ ৰঙীন ডিজিটেল ফটো

২) ডিজিটেল স্বাক্ষৰ

 

আৱশ্যকীয় লিংকঃ

Apply Now

English Summary: PNRD invited applications from the candidates for various posts

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.