1. শিক্ষা

এফচিআই নিয়োগ 2021: ভাৰতীয় খাদ্য নিগমে 89 টা খালী পদৰ বাবে আবেদন বিচাৰিছে, অধিক বিৱৰণৰ বাবে সম্পূর্ণকৈ পঢ়ক (এফচিআই নিয়োগ 2021: ভাৰতীয় খাদ্য নিগমে 89 টা খালী পদৰ বাবে আবেদন বিচাৰিছে, অধিক বিৱৰণৰ বাবে সম্পূর্ণকৈ পঢ়ক (FCI Recruitment 2021: Food Corporation of India invites applications for 89 vacancies, Details Inside)

KJ Staff
KJ Staff
FCI recruitment 2021
FCI recruitment 2021

   ভাৰতীয় খাদ্য নিগমে 01.03.2021 তাৰিখত সমগ্ৰ ভাৰতৰ বিভিন্ন কাৰ্যালয়ত সহকাৰী জেনেৰেল মেনেজাৰ, কাৰিকৰী, প্ৰশাসন আৰু অন্যান্য চিকিৎসা বিষয়াসকলৰ বাবে 89 টা খালী পদৰ বাবে পঞ্জীয়ন মুকলি কৰে।

 

এফচিআই নিয়োগ 2021 অধিসূচনা

    ২৭ ফেব্ৰুৱাৰী, ২০২১ তাৰিখৰ ভাৰতীয় খাদ্য নিগমৰ বিভিন্ন খণ্ডত ৮৯ টা খালী পদ নিয়োগ কৰিবলৈ এফচিআই(FCI) নিয়োগ ২০২১ অধিসূচনা প্ৰকাশ কৰিছে। যোগ্য প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে। যোৱা 01.03.2021 তাৰিখত পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপুনি খাদ্য নিগম ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত বিৱৰণ সমূহ পৰীক্ষা কৰিব পাৰিব।

 

আৱেদনৰ শেষ তাৰিখ - 31 March, 2021 (FCI Recruitment 2021 Notification)

বাছনি - অনলাইন পৰীক্ষা আৰু ইন্টাৰভিউ

প্রৱেশ পত্র মুকল- পৰীক্ষাৰ 10 দিন আগত

পৰীক্ষা তাৰিখ - মে/ জুন, 2021

অফিচিয়েল ৱেবছাইট- https://fci.gov.in/

 

পদৰ বিৱৰণ -

1. পদৰ নাম - সাধাৰণ প্ৰশাসক (General Administration)

  • খালী পদৰ সংখ্যা -30 টা

  • শিক্ষাগত অৰ্হতা - প্রার্থীজন স্নাতকোত্তৰ ডিগ্রীধাৰী লগতে 55% নম্বৰ পোৱা হব লাগিব। বা  ACA/AICWA/ACS হব লাগিব। নাইবা আইনত স্নাতক ডিগ্রীধাৰী হব লাগিব লগতে 55% নম্বৰ পোৱা হব লাগিব।  
  • বয়স- 30 বছৰ

 

2. পদৰ নাম - সাধাৰণ প্ৰশাসক, কাৰিকৰী (General Administration)

  • খালী পদৰ সংখ্যা - 27 টা
  • শিক্ষাগত অৰ্হতা - প্রার্থীজন B.Sc.(কৃষি)ত 55% নম্বৰ পোৱা হব লাগিব। বা 55% নম্বৰসহ খাদ্য বিজ্ঞান/খাদ্য প্ৰযুক্তি/খাদ্য প্ৰক্ৰিয়াকৰণত BE/ B.Tech হব লাগিব। নাইবা 55% নম্বৰসহ কৃষি অভিযান্ত্ৰিক ক্ষেত্ৰত BE/ B.Tech হব লাগিব।

নাইবা

 55% নম্বৰৰসহ জৈৱ-প্ৰযুক্তি / জৈৱ-ৰাসায়নিক / কৃষি জৈৱ-প্ৰযুক্তিত BE/ B.Tech হব লাগিব।

  • বয়স- 28 বছৰ

 

3. পদৰ নাম - সাধাৰণ প্ৰশাসক, (একাউণ্ট)

  • খালী পদৰ সংখ্যা -22
  • শিক্ষাগত অৰ্হতা - চাৰ্টার্ড একাউণ্টেণ্ট /ব্যয় একাউণ্টেণ্ট / কোম্পানী সচিবসকলৰ সহযোগী সদস্যতা হব লাগিব।
  • বয়স- 28 বছৰ

 

4. পদৰ নাম - সাধাৰণ প্ৰশাসক, (আইন)

  • খালী পদৰ সংখ্যা -8 টা
  • শিক্ষাগত অৰ্হতা - 5 বছৰৰ অভিজ্ঞতাৰ সৈতে আইনত স্নাতক ডিগ্ৰী থাকিব লাগিব।
  • বয়স- 33 বছৰ

 

5.পদৰ নাম - মেডিকেল অফিচাৰ

  • খালী পদৰ সংখ্যা - 2 টা
  • শিক্ষাগত অৰ্হতা - তিনি বছৰৰ অভিজ্ঞতাৰ সৈতে MBBS ডিগ্ৰী থাকিব লাগিব।
  • বয়স- 35 বছৰ

 

এফ.চি.আই নিয়োগ আবেদন মাচুল গাঁথনি

General / OBC / EWS :- 1000 টকা

ST/SC/PWD/Female :- 0 (Nil)

 

অনলাইন আবেদন কৰক (FCI Online Application)

Click Here to Apply online for FCI Recruitment 2021 Exam

 

এফচিআই নিয়োগ বাছনি প্ৰক্ৰিয়া 2021

   এফচিআই পৰীক্ষা বাছনি প্ৰক্ৰিয়া হ'ব অনলাইন পৰীক্ষা আৰু সাক্ষাৎকাৰ। প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ বাবে চৰ্টলিষ্ট কৰা হ'ব যিসকলে সাধাৰণ আৰু ই.ডব্লিউ.এছ শ্ৰেণীৰ বাবে অনলাইন পৰীক্ষাত 50% নম্বৰ প্ৰাপ্ত কৰিব। এচচি, এছটি, অবিচি, আৰু অক্ষমতা থকা ব্যক্তিক অনলাইন পৰীক্ষাত প্ৰাপ্ত কৰা 45% নম্বৰৰ সৈতে সাক্ষাৎকাৰ লোৱা হ'ব। 

কৃষি বিভাগত বৃহৎ নিযুক্তি 2021 – 1837 খালী পদৰ বাবে বিজ্ঞাপন মুকলি

English Summary: fci recruitment 2021 food corporation of india invites applications for 89 vacancies details inside

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.