Krishi Jagran Tamil
Menu Close Menu

Wheather Updates Asaam: আজিৰ দিনটোৰ বতৰৰ জাননী

Thursday, 22 July 2021 07:54 AM
Whether Updates Assam

Whether Updates Assam

* কামৰূপ (গ্রাম্য) আজি বতৰ ডাৱৰীয়া, গৰম থাকিব। উষ্ণতা বৃদ্ধি পাব আজি। প্ৰতি ঘণ্টাত ৮.১ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোৰ কামৰূপৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ সৰ্বনিম্ন ২৭ ডিগ্ৰী চেলছিয়াছ৷

* যোৰহাটত আজি বৰষুন হব। উষ্ণতা হ্রাস পাব। প্ৰতি ঘণ্টাত ৭.৯ বেগত বতাহ বলিব যোৰহাটত৷ উষ্ণতা সৰ্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷ 

* ডিব্ৰুগড়ত আজি বতৰ ফৰকাল৷ গৰম বৃদ্ধি পাব৷ প্ৰতি ঘণ্টাত ৫.৬ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ উষ্ণতা ৩৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী চেলছিয়াছ হ'ব৷ 

* গুৱাহাটীত আজি বতৰ ডাৱৰীয়া। বৰষুনৰ সম্ভাৱনা আছে। গৰম থাকিব। বতাহ প্ৰতি ঘণ্টাত ৫.৮ কিঃমিঃ বেগত বলিব৷ আজিৰ দিনটোত গুৱাহাটীৰ উষ্ণতা সৰ্বোচ্চ ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ থাকিব৷

* তেজপুৰত আজি বতৰ ডাৱৰীয়া৷ প্ৰতি ঘণ্টাত ৫.৩ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব৷ 

* লখিমপুৰত আজি বতৰ ডাৱৰীয়া হব। উষ্ণতা হ্রাস পাব আজিৰ দিনটোত। প্ৰতি ঘণ্টাত ১৬.৭ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত লখিমপুৰত সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷ 

* শিলচৰত আজি বতৰ ফৰকাল হব৷ গৰম বৃদ্ধি পাব। প্ৰতি ঘণ্টাত ৫.২ কিঃমিঃ গতিবেগত বতাহ বলিব৷ আজিৰ দিনটোত শিলচৰৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী চেলছিয়াছ৷ 

* বঙাইগাঁৱত আজি ঠায়ে ঠায়ে বৰষুণ হব৷ যদিও গৰম পাব। বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৯.৩ কিঃমিঃ হব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী চেলছিয়াছ৷ 

* কোকৰাঝাৰত আজি বৰষুণ হব। গৰম থাকিব। প্রতি ঘণ্টাত ৮.৮ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত কোৰাঝাৰৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৫ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব৷  

* ধুবুৰীত আজি বতৰ ফৰকাল থাকিব। প্ৰতি ঘণ্টাত ৭.৯ কিঃমিঃ বেগত বতাহ বলিব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ৷

* নগাঁৱত আজি বতৰ ফৰকাল হব। গৰম বাঢ়িব। প্রতি ঘণ্টাত ৫.৩ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত তাপমাত্ৰা সৰ্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷

 

Today's wheather Assam Wheather Wheather Updates

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.