Krishi Jagran Tamil
Menu Close Menu

Weather Updates Asaam: আজিৰ দিনটোৰ বতৰৰ জাননী

Monday, 11 October 2021 08:19 AM
Weather Updates Assam

Weather Updates Assam

আজিৰ দিনটোৰ বতৰৰ জাননী :

* কামৰূপ (গ্রাম্য) আজি ফৰকাল। প্ৰতি ঘণ্টাত ৭.৯ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোৰ কামৰূপৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ সৰ্বনিম্ন ২৪ ডিগ্ৰী চেলছিয়াছ৷

* যোৰহাটৰ আজি বতৰ ফৰকাল। প্ৰতি ঘণ্টাত ৪.১ বেগত বতাহ বলিব যোৰহাটত৷ উষ্ণতা সৰ্বোচ্চ ৩৪ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷ 

* ডিব্ৰুগড়ত আজি বতৰ ডাৱৰীয়া। প্ৰতি ঘণ্টাত ৫.৬ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ উষ্ণতা ৩৪ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব আৰু সৰ্বনিম্ন ২৫ডিগ্ৰী চেলছিয়াছ হ'ব৷ 

* গুৱাহাটীত আজি বতৰ ডাৱৰীয়া। বতাহ প্ৰতি ঘণ্টাত ৫.৭ কিঃমিঃ বেগত বলিব৷ আজিৰ দিনটোত গুৱাহাটীৰ উষ্ণতা সৰ্বোচ্চ ৩৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ থাকিব৷

* তেজপুৰত আজি বতৰ ডাৱৰীয়া, বৰষুণ হব পাৰে৷ প্রতি ঘণ্টাত ৫.৬ কিঃমিঃ বেগত বতাহ বলিব৷ সৰ্বোচ্চ তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব৷ 

* লখিমপুৰত আজি বতৰ ডাৱৰীয়া, বৰষুণ হোৱাৰ সম্ভাৱনা আছে। প্ৰতি ঘণ্টাত ৫.০ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত লখিমপুৰত সৰ্বোচ্চ তাপমাত্ৰা ৩১ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী চেলছিয়াছ৷ 

* শিলচৰত আজি বতৰ ডাৱৰীয়া। প্ৰতি ঘণ্টাত ৪.৭ কিঃমিঃ গতিবেগত বতাহ বলিব৷ আজিৰ দিনটোত শিলচৰৰ সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী চেলছিয়াছ৷ 

* বঙাইগাঁৱত আজি বতৰ ডাৱৰীয়া৷ প্ৰতি ঘণ্টাত ৭.৫ কিঃমিঃ হব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ৷ 

* কোকৰাঝাৰত আজি বতৰ ডাৱৰীয়া৷ প্রতি ঘণ্টাত ৭.৭ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত কোৰাঝাৰৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব৷  

* ধুবুৰীত আজি বতৰ ডাৱৰীয়া৷ প্ৰতি ঘণ্টাত ৮.৩ কিঃমিঃ বেগত বতাহ বলিব৷ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ২৪ ডিগ্ৰী চেলছিয়াছ৷

* নগাঁৱত আজি বতৰ ডাৱৰীয়া৷ প্রতি ঘণ্টাত ৫.৮ কিঃমিঃ বেগত বতাহ বলিব৷ আজিৰ দিনটোত তাপমাত্ৰা সৰ্বোচ্চ ৩৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী চেলছিয়াছ৷

Asaam Weather Updates Today's weather Assam Weather news assam Guwahati weather Updates

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.