Krishi Jagran Assam
Menu Close Menu

আমেৰিকাৰ দুই অধ্যাপকলৈ অৰ্থনীতিৰ নʼবেল

Monday, 05 November 2018 09:49 PM

জলবায়ু পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ দিশৰ ওপৰত গৱেষণা অধ্যয়ন মাইক্ৰ' অৰ্থনীতিত জলবায়ু পৰিৱৰ্তন আৰু প্ৰযুক্তিৰ উদ্ভাৱনৰ সমন্বয় বিষয়ক গৱেষণাৰে চলিত বছৰৰ অৰ্থনীতিৰ ন'বেল লাভ কৰিলে দুই আমেৰিকান অধ্যাপক ক্ৰমে উইলিয়াম নৰ্ডহ'ছ আৰু পল ৰ'মাৰে। জলবায়ু পৰিৱৰ্তনক দীৰ্ঘম্যাদী মাইক্ৰ' ইক'নমিকছৰ সৈতে সংপৃক্ত কৰি বিশ্লেষণৰ স্বীকৃতি হিচাপেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই দুগৰাকী বৰেণ্য ব্যক্তিলৈ অৰ্থনীতিৰ ন'বেল আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে।

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.