Krishi Jagran Assam
Menu Close Menu

কৃষকৰ বাবে বিশেষ কৰ্ম আঁচনিৰে তেজপুৰত ভানুৰ প্ৰচাৰ

Monday, 08 April 2019 01:52 AM

 তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী তথা ৰাজ্যৰ প্ৰাক্তন আমোলা  এম জি কে ভানুৰ প্ৰচাৰ অভিযানত স্থান পাইছে কৃষকৰ বাবে বিভিন্ন কৰ্ম আঁচনিয়ে  । ভানুৱে  কৃষিক দেশৰ উন্নয়নৰ অন্যতম মাধ্যম আখ্যা দি ক্ৰমে কৃষকৰ বাবে বিভিন্ন সুবিধাজনক আঁচনিৰ লগতে জলসিঞ্চনৰ ব্যৱস্থা কৰা , কৃষকৰ উৎপাদিত খাদ্য শস্য বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা, পশুপালনৰ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰতিখন পঞ্চায়তত এফ পি অ গঠনেৰে প্ৰতিগৰাকী প্ৰতিপালকক লাভান্বিত কৰাৰ চেষ্টা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰি কৃষকৰ ৰাইজৰপৰা জনমত আহৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে । 

 

 

 

    প্ৰাঞ্জল প্ৰতিম বৰা,বালিপৰা

The MP candidate of Tezpur constituency promises to help the farmers through various welfare schemes

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.