Krishi Jagran Assam
Menu Close Menu

অসমে আজি সাহিত্যৰ এটি ধ্ৰুৱ তৰা হেৰুৱালোঁ

Monday, 15 July 2019 03:25 PM

 "শান্তনুকুলনন্দন"ৰ স্ৰষ্টা পূৰবী বৰমূদৈ বাইদেউ আজি আমাৰ মাজৰ পৰা আঁতৰি গ'লগৈ! তেজপুৰৰ দেউৰী গাঁৱত ১৯৫০ চনৰ মে' মাহৰ ৮ তাৰিখে পিতা চন্দ্ৰনাথ তামুলী আৰু মাতৃ পদ্মা তামুলীৰ কোলালৈ অহা সন্তানটিয়েই অসমৰ সাহিত্যৰ পথাৰ সোনালী কৰি সাহিত্য অকাডেমি, অসম সাহিত্য উপত্যকা বটাঁ, প্ৰবীণা শইকীয়া বটাঁ লাভ কৰিলে। বাইদেউৰ প্ৰয়ানত অসমে আজি সাহিত্যৰ এটি ধ্ৰুৱ তৰা হেৰুৱালোঁ। গভীৰ শ্ৰদ্ধাঞ্জলিৰে বিদায় বাইদেউ!

Renowned litterateur Purabi Bormudoi breathed her last this morning at GMCH (15th July,2019 at 6AM)

The Assamese novelist and short story writer was born in Deori Village, Tezpur on May 08, 1950, to father Chandranath Tamuli and mother Padma Tamuli. She married educationist-critic Ananda Bormudoi in 1975.

The novelist, has been awarded with the prestigious Sahitya Akademi in 2007 for her novel Santanukulanandan. Some of her other achievements are:

  • 2006- Prabina Saikia Award
  • 2012- Assam Valley Literary Award
Renowned litterateur Purabi Bormudoi breathed her last this morning at GMCH

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.