Krishi Jagran Assam
Menu Close Menu

অমিতাভ ঘোষলৈ ২০১৮ৰ জ্ঞানপীঠ বঁটা

Friday, 18 January 2019 08:17 PM

ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে প্ৰখ্যাত ইংৰাজী লেখক অমিতাভ ঘোষলৈ। ‘দ্য ঔপন্যাসিক অমিতাভ গ্লাছ পেলেফচ’, ‘দ্য কলকাতা ক্ৰম’জ’ম’, ‘ছী অৱ প’পিজ’ৰ স্ৰষ্টা ঔপন্যাসিক অমিতাভ ঘোষক ২০১৮ বৰ্ষৰ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে বুলি যোৱা কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰে জ্ঞানপীঠ নিৰ্বাচন সমিতিয়ে।

Amitav Ghosh honoured with Jnanpith Award 2018 Gyanpeeth award 2018

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.