Krishi Jagran Tamil
Menu Close Menu

এইবাৰ কৃষকৰ পুত্রই দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে কার্য্যভাৰ গ্রহণ কৰিব (farmer son become next chief justice of india Ramana)

Wednesday, 07 April 2021 10:17 AM
Farmer son become next Chief Justice of India

Farmer son become next Chief Justice of India

   ন্যায়াধীশ এন ভি ৰামানাক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। যোৱাকালি ৰাষ্ট্ৰপতিগৰাকীয়ে উচ্চতম ন্যাযালয়ৰ ৪৮তম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে এন ভি ৰামানাক। উল্লেখ্য যে বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে অহা ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰাৰ পৰিপেক্ষিতত ৰামানাক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ আইন মন্ত্রালয়লৈ এটা প্রস্তাৱ প্ৰেৰণ কৰা হৈছিল।

    ন্যায়াধীশ নুতলপতি ভেংকট ৰমণে ২০১৪ চনৰ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰিছিল। এই ক্ষেত্রত কব লাগিব তেনেই সাধাৰণ ঘৰত জন্ম লাভ কৰা ৰামানা এগৰাকী কৃষকৰ পুত্র৷ অন্ধ প্রদেশৰ কৃষ্ণা জিলাৰ পোন্নাভাৰামত ১৯৫৭ চনৰ ২৭ আগষ্টত তেওঁৰ জন্ম হৈছিল।

 আপুনি যদি বাতৰিটো পঢ়ি ভাল পাইছে তেন্তে নিশ্বয় লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব।

আৰু পঢ়ক- আদা খেতিৰ উন্নত কৃষি প্রনালী আৰু ইয়াৰ ৰোগ প্রতিৰোধ

Next Chief Justice of India 48 chief justice of India Current chief justice of India Chief justice list Farmer son become the chief justice of India

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.