1. শিক্ষা

মুম্বাইৰ অসম ভৱনৰ আয়ুক্তৰ কাৰ্য্যালয়ত চাকৰি, শীঘ্রেই কৰক আবেদন

KJ Staff
KJ Staff
Mumbai Assam Bhawan
Mumbai Assam Bhawan

    মুম্বাইৰ অসম ভৱনৰ আয়ুক্তৰ কাৰ্য্যালয়ত 13 টা গ্ৰেড-III আৰু গ্ৰেড-IV ৰ খালী পদৰ বাবে অসম ভৱন, মুম্বাইৰ এক অধিসূচনা প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে অনলাইন আৱেদন কৰিব পাৰে ৷

অসম ভৱন মুম্বাই নিযুক্তি 2021

পদৰ বিৱৰণ

গ্ৰেড - III

১. Accountant

পদৰ সংখ্যা: 1

২. এল.ডি.এ. আৰু হাউচ কিপাৰ

পদৰ সংখ্যা: 1

৩. LDA/ জুনিয়ৰ সহায়ক

পদৰ সংখ্যা: 2

৪. Receptionist cum LDA

পদৰ সংখ্যা: 3

৫. ড্ৰাইভাৰ

 পদৰ সংখ্যা: 1

 

গ্ৰেড - IV

৬. Room Bearer

পদৰ সংখ্যা: 3

৭) পিয়ন

 পদৰ সংখ্যা: 2

 

অসম ভৱন মুম্বাই নিযুক্তিৰ যোগ্যতাৰ অৰ্হতা :

বয়সঃ 

  প্ৰাৰ্থীসকলে 01.01.2020 তাৰিখৰ আগত 18 বছৰতকৈ কম আৰু 40 বছৰৰ অধিক বয়সৰ হ'ব নালাগিব। 

  বয়সৰ উচ্চ সীমা শিথিলকৰণ নিম্নলিখিত ধৰণৰ:

(ক) অনুসূচীত জনজাতি/জাতিৰ প্ৰাৰ্থীৰ বাবে 5 বছৰ।

(বি) OBC/MOBC প্ৰাৰ্থীৰ বাবে 3 বছৰ।

(গ) অৱসৰ প্রাপ্ত চাকৰিয়াল প্রার্থীৰ বাবে 2 বছৰ।

(ঘ) PWD প্ৰাৰ্থীৰ বাবে 10 বছৰ।

 

শিক্ষাগত অৰ্হতা:

গ্ৰেড III পদৰ বাবে :

 আবেদনকাৰীসকলে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক হ'ব লাগিব আৰু এক স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ দক্ষতাৰ নিম্নতম 6 (ছয়) মাহৰ ডিপ্লমা/প্ৰমাণপত্ৰ থাকিব লাগিব।

গ্ৰেড IV পদৰ বাবে :

  আবেদনকাৰীৰ মেট্রিক (H.S.L.C) পাছৰ নিম্নতম শৈক্ষিক অৰ্হতা থাকিব। লগতে আবেদনকাৰীয়ে দক্ষতাৰ পৰীক্ষা আৰু উপস্থাপনত যোগ্যতা প্ৰাপ্ত হব লাগিব।

ড্রাইভাৰ পদৰ বাবে:

  আবেদনকাৰীৰ H.S.L.C. পাছৰ নিম্নতম শৈক্ষিক অৰ্হতা আৰু এক স্বীকৃতিপ্ৰাপ্ত কৰ্তৃপক্ষৰ পৰা ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। আবেদনকাৰীয়ে এই নিয়মবোৰত নিৰ্ধাৰণ কৰা অনুসৰি লিখিত পৰীক্ষা আৰু ড্ৰাইভিং পৰীক্ষাত যোগ্যতা লাভ কৰিব লাগিব।

অসম ভৱন মুম্বাই নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া

গ্ৰেড III পদৰ বাবে :

লিখিত পৰীক্ষা + ভাষা দক্ষতা পৰীক্ষা + কম্পিউটাৰ পৰীক্ষা (ব্যৱহাৰিক)

গ্ৰেড-IV পদৰ বাবে :

দক্ষতাৰ প্ৰস্থান + প্ৰেজেণ্টেচন

গ্ৰেড IV পদৰ বাবে (ড্ৰাইভাৰ):

লিখিত পৰীক্ষা + ড্ৰাইভিং পৰীক্ষা

   ইচ্ছুক প্রার্থীসকলে বিচৰানথিপত্র সমূহ/ প্ৰমাণপত্ৰ আৰু শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফৰ সৈতে এপ্লিকেচন কেৱল অনলাইন মাধ্যমৰে দাখিল কৰিব লাগিব

আবেদন কৰাৰ বাবে অফিচিয়েল ৱেবচাইট হৈছে 

Apply Now

 

গুৰত্বপূর্ণ তাৰিখ

অনলাইন আবেদন যোৱা 31 ডিচেম্বৰ,2020 তাৰিখৰ পৰা আৰম্ভ হৈছে ৷

 আবেদন কৰাৰ বাবে শেষ তাৰিখ 13 জানুৱাৰী 2021.

Official Advt. Details

 

English Summary: Mumbai Assam bhawan invited applications from assam candidates

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.