1. এগ্ৰিপেডিয়া

আপুনি গুৰ খায় ভাল পায় নেকি? তেনেহনে জানক এইকেইটা কথা ( benefit of joggery, Gut)

KJ Staff
KJ Staff
Joggery juice
Joggery juice

 শীত কালত অত্যাধিক ঠান্দাত যেতিয়া গৰম পোছাকে সহায় নকৰে, কিছুমান উপাদানে ভিতৰৰ পৰা আমাৰ শৰীৰ গৰম কৰিবলৈ দূত হিচাপে কাম কৰিব পাৰে। গুৰ হৈছে এক উৎকৃষ্ট পুষ্টি যাক স্বাস্থ্য বিশেষজ্ঞসকলে শৰীৰ গৰম কৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে।

   গুৰ হৈছে অসমীয়া সমাজত এক জনপ্রিয় খাদ্য যি শৰীৰত তাপ সৃষ্টি কৰে, আমাক শীতল জলবায়ুৰ পৰা ৰক্ষা কৰে। সম্ভৱতঃ গৰম আৰু সুৰক্ষিত হৈ থকা আটাইতকৈ আদৰ্শ দৃষ্টিভঙ্গী হৈছে শীতকালত নিৰন্তৰভাৱে গৰম গুৰৰ পানী খোৱা।

উপকাৰিতা

   শীতকালত গুৰ খোৱাটো উপযোগী কিয়নো ই শিৰা সম্প্ৰসাৰিত কৰাত সহায় কৰে আৰু শৰীৰত উষ্ণতা সৃষ্টি কৰে। গুৰ, চেনী বা খেজুৰ ব্যৱহাৰ কৰি খালে দেহৰ বাবে ভাল আৰু ইয়াত উচ্চ কেল'ৰি পদাৰ্থৰ দ্বাৰা উষ্ণতা সৃষ্টি হয়।  

লগতে, গুৰত অত্যাধিক পৰিমাণে পুষ্টি আৰু খনিজ থাকে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, শৰীৰক গৰম কৰে, লগতে ঠাণ্ডা, কাহ আদি প্ৰতিৰোধ কৰে আৰু শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে বুলি জনা যায়। শীতকালত গুৰ অসমীয়া সমাজত যথেষ্ট খোৱা হয় কিয়নো এই সময়ত বজাৰত সহজে উপলব্ধ হয়।" 

গুৰৰ কেইবাটাও চিকিৎসা গুণ আছে, যেতিয়া আপুনি ইয়াক গৰম পানীত মিহলি কৰে আৰু খালী পেটত খায় তেতিয়া দেহৰ ওজন হ্ৰাস আৰু হজম উন্নত কৰাৰ উপৰি বহুতো সমম্যা দুৰ কৰে।  

গুৰৰ ভিতৰত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন C- অত্যাধিক পৰিমাণে লো পোৱা যায়, সেয়েহে এই মিঠা গৰম পানী খোৱাই শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু কণ্ঠৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

কেনেকৈ বনাব গুৰৰ জুইচ

   এক গিলাচ পানী গৰম পানীত গুৰৰ টুকুৰা এটা দিয়ক। আপুনি 1 ইঞ্চি টুকুৰা এটা লব পাৰে ৷ টুকুৰাটো দ্ৰৱীভূত নোহোৱালৈকে মিহলি কৰক। মিশ্ৰণটো ঘুটি দিয়ক আৰু অলপ ঠাণ্ডা হ'লে খাব পাৰে। আপুনি মিহি পাউডাৰ বনাবলৈ গুৰ টোঁৱাব পাৰে আৰু ইয়াক পোনপটিয়াকৈ গৰম পানীৰ সৈতে মিহলি কৰিব পাৰে।  গতিকে গুৰৰ এক ব্যতিক্ৰমী উচ্চ কেৰোৰিফিক মূল্য আছে। 

 

আপুনি ফুচকা খায় নেকি? যদি খায় আপোনাৰ বাবে এক ভাল খবৰ জানক (Panipuri can reduce your weight quickly)

 

English Summary: Benefit of joggery know All about it Here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.