1. এগ্ৰিপেডিয়া

কৃষি মন্ত্রালয়ে বন্ধ কৰিলে ৮ টাকৈ কীটনাশকৰ ব্যৱহাৰ, সবিশেষ জানিবলৈ পঢ়ক

KJ Staff
KJ Staff
Chemical Banned
Chemical Banned

কৃষি আৰু কৃষক কল্যান মন্ত্রালয়ে SO, 50.3951, (E) 2018 ৰ অধীন ত 12 টাকৈ কৃষি কাৰ্য্যত ব্যৱহৃত কীটনাশকৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। আৰু 2018 চনৰ 8 আগষ্ট তাৰিখৰ পৰা কীটনাশক সমূহৰ উৎপাদন আৰু বেচা-কিনা সম্পূর্ণ ৰূপে বন্ধ হৈ যায় ৷

তলত বন্ধ হোৱা কীটনাশক সমূহৰ নাম দিয়া হল -

  1. বেনোমাইল (Benomyl),

  2. কার্বাৰাইল (Carbaryl),

  3. ডায় জিনন (Diazinon),

  4. ফেনাৰি ম'ল (Fenarimol),

  5. ফেন্ঠিয়ণ (Fenthion),

  6. লিনু ৰ'ণ (Linuron),

  7. মিথক্সী ইথাইল মার্কাৰী ক্লৰাইড (Methoxy Ethyl Merxury Chloride),

  8. মিথাইপেৰাথিযন (Methyl Parathion),

  9. ছডিয়াম চায়েনাই (Sodium Cyanide),

  10. থিয় মেটন (Thiometon),

  11. ট্রাই ডে'মর্ফ (Tridemorph),

  12. ট্রাই ফ্ল'ৰাইন (Trifluralin),

ঠিক সেইদৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে সেই আইনখনৰ অধীনত আকৌ 6 টাকে কীটনাশকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। অহা 2020 ৰ 31 ডিচেম্বৰ তাৰিখৰ পৰা এই সমূহ কীটনাশক ব্যৱহাৰ কৰিব নোৱাৰিব। অন্যাথা আইন বহির্ভু কার্য্যকালাপ বুলি গণ্য কৰা হব বুলি মন্ত্রালয়ে নির্দেশ জাৰি কৰিছে

 তনত সেই 6 টা কীট নাশকৰ নাম উল্লেখ কৰা হল -

  1. আলেক্লৰ (Alaclor),

  2. ডিচলোৰ'চ (Dichlorvis),

  3. ফৰেট (Phorate),

  4. ফচফা মাইড'(Phosphamidon)

  5. ্রাইজ' ফচ (Triazophos),

  6. ট্রাই ক্ল'ৰ ফন (Trichlorfon).

English Summary: 6 Chemical banned to use in farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.